Zubeen Garg Lagend

Zubeen Garg Lagend Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Zubeen Garg Lagend, Museum, Guwahati.
(1)

জুবিন দাৰ চিৰযুগমীয়া অমৰ সৃষ্টিক জীয়াই ৰখাৰ বাবেই এই পেজটোৰ জন্ম। আপোনালোকে সহযোগিতা কৰে যেন share কৰি। ধন্যবাদ 🙏
A Brief History And Musium Of Former King Of Humming "Zubeen Garg"

মনত কিমান চিন্তা হলে এনেকুৱা অৱস্থা হব পাৰে মানুহৰ 🥹গৰিমা বৌজনী আগতে কেনেকুৱা আছিল এতিয়া কেনেকুৱা হৈ গল, দেখিয়ে বেয়া ...
21/08/2026

মনত কিমান চিন্তা হলে এনেকুৱা অৱস্থা হব পাৰে মানুহৰ 🥹
গৰিমা বৌজনী আগতে কেনেকুৱা আছিল এতিয়া কেনেকুৱা হৈ গল, দেখিয়ে বেয়া লাগি যায়।
ভগৱানে কুশলে ৰাখক বৌক ।
জয় জুবিন দা 🥹🥺

জীয়াই থকা সময়খিনি উৎপাত কৰি খলকনি লগাই থকা মানুহটোৱে মৃত্যৰ পিছতো আমাৰ বুকুত হাহাকাৰ লগাই থৈ গ'ল 🥹। তেওঁৰ দৰে কোনোবা ন...
14/08/2026

জীয়াই থকা সময়খিনি উৎপাত কৰি খলকনি লগাই থকা মানুহটোৱে মৃত্যৰ পিছতো আমাৰ বুকুত হাহাকাৰ লগাই থৈ গ'ল 🥹। তেওঁৰ দৰে কোনোবা নোহোৱা হোৱাটো যে বুকুত ইমান দ কৈ শিপাব সেয়া সপোনৰ অগোচৰ আছিল। তেওঁ যে আৰু কেতিয়াও জী নুঠে, কেতিয়াও ঘূৰি নাহে সেই শ্বাসৰুদ্ধ শোকটোৱে অসমীয়াক আজীৱন বিষন্ন কৰি ৰাখিব 💔🥹

13/08/2026

Zubeen Da The King Of Assam

১৯৯৫ চনত ডিগবৈ ক্লাবৰ এটা অনুষ্ঠানত জুবিন দা
10/08/2026

১৯৯৫ চনত ডিগবৈ ক্লাবৰ এটা অনুষ্ঠানত জুবিন দা

"I live like a King, and a King should not leave his kingdom."
31/07/2026

"I live like a King, and a King should not leave his kingdom."

"I have no caste, no religion. I don't believe in God. I am free."
31/07/2026

"I have no caste, no religion. I don't believe in God. I am free."

Music has no language barriers," "I have no caste, no religion," and "I am Kanchenjunga."
31/07/2026

Music has no language barriers," "I have no caste, no religion," and "I am Kanchenjunga."

Address

Guwahati
781001

Alerts

Be the first to know and let us send you an email when Zubeen Garg Lagend posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category